Price: ₹325.00
(as of Jan 09, 2025 12:22:18 UTC – Details)
“ইকিগাই যাত্রা” গ্রন্থই আমাক আমাৰ আকাংক্ষা আৰু উদ্দেশ্যৰ যাত্রালৈ আহ্বান জনায়। এই যাত্রাত আমি ভ্রমণ কৰিবলগীয়া ষ্টেশ্যনবোৰ: ভৱিষ্যতৰ কল্পনা- ভৱিষ্যতে আমি কি লাভ কৰিব পাৰোঁ? আমি আমাৰ লক্ষ্য কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ? বিলম্ব আৰু বিভ্রান্তি নোহোৱাকৈ কি কি আহিলা আৰু পন্থাই আমাক সেই লক্ষ্যত উপনীত হ’বলৈ সহায় কৰিব? অতীতৰ পৰা শিক্ষা- অতীতৰ ভাল অথবা বেয়া দুয়োটা অভিজ্ঞতা আৰু সিদ্ধান্তৰ পৰা আমি কি শিক্ষা আহৰণ কৰিব পাৰোঁ? আমি আমাৰ অভিজ্ঞতাক কেনেকৈ উদ্দীপ্ত কৰিব পাৰোঁ- যিয়ে আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ পথ আলোকিত কৰে? বর্তমানত জীয়াই থকা- জীৱনৰ প্রতিটো ক্ষণ সুখেৰে আৰু পূর্ণতাৰে জীয়াই থাকিবলৈ হ’লে বর্তমানত আমি কি কৰিব লাগিব? “ইকিগাই যাত্রা” ই আমাৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপনীত হোৱাৰ ব্যৱহাৰিক অনুশীলনৰ সৈতে ৩৫টা ভিন্ন মার্গ দেখুৱাইছে। এই যাত্রাকালত এই গ্রন্থই আমাৰ অন্তর্নিহিত সুখ আৰু কল্যাণ ভাবনাক প্রতিপালন আৰু বহন কৰে।
Publisher : MyMirror Publishing House Pvt. Ltd. (14 December 2023); MyMirror Publishing House Pvt. Ltd.
Language : Assamese
Paperback : 272 pages
ISBN-10 : 9391282148
ISBN-13 : 978-9391282141
Reading age : 3 years and up
Item Weight : 250 g
Dimensions : 21 x 14 x 2 cm
Country of Origin : India
Net Quantity : 1 count
Packer : MyMirror Publishing House Pvt. Ltd.
Generic Name : Book