Price: ₹120.00
(as of Feb 27, 2025 23:21:32 UTC – Details)
A collection of Urdu Shayeri written by Dr. Debajit Khanikar and published by Panchajanya Books, Bamunimaidam, Guwahati- 781021 উৰ্দু এটা লালিত্যপূৰ্ণ ভাষা। সংস্কৃত ভাষাৰ ঝংকাৰ আৰু ধ্বনি মাধুৰ্যৰ যেনেকৈ জগতত তুলনা নাই ঠিক তেনেকৈ উৰ্দু ভাষাৰো নিজস্ব মাধুৰ্য আৰু বিতোপন ধ্বনি বৈশিষ্ট আছে। বিশেষকৈ অন্তৰৰ সুকোমল অনুভূতি আৰু ভাব প্ৰকাশৰ ক্ষেত্ৰত চুটি চুটি উৰ্দু শ্বায়েৰীবোৰ জাপানৰ হাইকু আৰ্হিৰ আৰু পাঠকৰ হৃদয় চুই যোৱা বিধৰ। ডঃ দেৱজিত খনিকৰৰ ৰচিত “মোহব্বতে” অসমীয়া ভাষাৰ শ্বায়েৰী গ্ৰন্থ।
ASIN : B0BPJPSSY9
Publisher : dhiraj lahkar (1 January 2022)
Language : Assamese
Hardcover : 64 pages
Reading age : 5 years and up
Country of Origin : India