Sakratmak Vichron Ka Jaadu in Assamese (ধনাত্মক চিন্তাধাৰাৰ যাদু)

Sakratmak Vichron Ka Jaadu in Assamese (ধনাত্মক চিন্তাধাৰাৰ যাদু)

Sakratmak Vichron Ka Jaadu in Assamese (ধনাত্মক চিন্তাধাৰাৰ যাদু)
Price: ₹150 - ₹128.00
(as of Jan 13, 2025 13:14:08 UTC – Details)



নিৰাশাত ডুব গৈ থকা যুৱ প্ৰজম, ব্যৱসায়ী, চাকৰীয়াল লোকৰ বাবে সূর্য সিন্‌হা ৰ এইখন কিতাপে অসীজেনৰ দৰে কম কৰিব, এনেদৰে মই ভাবো।
সতীশ শর্মা (মুখ্য সম্পাদক-নয়ি সদি বুক হাউচ)
বহুতো কম ব্যক্তিয়ে জানিব পাৰে যে তেওঁৰ জীৱন অব্যবস্থিত কিয় হৈছে অথবা যি সুখ আৰু সফলতা আনে প্রাপ্ত কৰিছে তেওঁলোকে কিয় পাব নোৱাৰে? ইয়াৰ চিধা অর্থৈ হছে তেওঁলোকৰ চিন্তাধাৰা নেতিবাচক হয়। সূর্য সিনহাই তেওঁৰ এইখন কিতাপত চিন্তাধাৰাৰ জীৱনত পৰা প্ৰভাৱৰ ওপৰত সূক্ষ্মতাৰে বিশ্লেষণ কৰিছে। এইখন কিতাপ সকলোৰে বাবে লাভদায়ক হ’ব।
জ্ঞানেন্দ্ৰ সিং (চিফ ৰিপৰ্টাৰ, ৰাষ্ট্ৰীয় চাহাৰা)
চিন্তাধাৰাই সঁচাকৈ যাদু কৰে আৰু এটা চিন্তাধাৰাই ব্যক্তিৰ জীৱনক সলনি কৰিব পাৰে, এই উক্তিক সূর্য সিনহা ই তেওঁৰ গ্ৰহ ‘ধনাত্মক চিন্তাধাৰাৰ যাদু’ ত প্ৰমাণিত কৰিছে।
ব্রিজেশ সিং (চিনিঅৰ চিফ ৰিপৰ্টাৰ, দৈনিক জাগৰণ)
কিতাপখনক ভালদৰে পঢ়াৰ পিছতেই জ্ঞানৰ অনুভূতি হয়। এইখন গ্রহই বাস্তবত চিন্তাধাৰাৰ উৎস আৰু পাঠকৰ বাবে মূলমত্ৰ হিচাপে প্রমাণিত হ’ব, ইয়াত কোনো সন্দেহ নাই।
সদীপ শ্রীবাস্তর (চিনিঅৰ জানেনিলস্ট, জি নিউজ)
‘ধনাত্মক চিন্তাধাৰাৰ যাদু’ এক এনে গ্রহ হয় যিটো জীৱনৰ ইতিবাচক দিশক উজাগৰ কৰে আৰু নেতিবাচক চিন্তাধাৰাৰ মগজুৰ পৰা একেবাৰে আতৰাই দিয়ে।
দিলবৰ গোঠী (সম্পাদক, নৱভাৰ টাইমচ)
কলমৰ যাদুগৰ সূৰ্য সিনহা আৰু এইখন গ্রহ ‘ধনাত্মক চিন্তাধাৰাৰ যাদু’ তেওঁৰ যাদুকৰী ৰূপৰ এক বাস্তৱিক উদাহৰণ হয়। নিৰাশ হোৱা লোকৰ বাবে এইখন সঞ্জীৱনী আৰু উন্নতি কৰিব বিচৰা লোকৰ বাবে এক সুন্দৰ গাইডলাইন হয়।
ধৰ্ম বাৰিয়া (উপন্যাসকাৰ)
ধনাত্মক চিন্তাধাৰাৰ যাদুক উজাগৰ কৰি সূৰ্য সিন্‌হাই সঁচাকৈ যাদুকৰ হৈ পৰিছে।
ধ্ৰুৱ কুমাৰ (চিফ ফটো জার্নেলিস্ট, দৈনিক জাগৰণ)

Publisher ‏ : ‎ Diamond Books (2 May 2022); Diamond Books X-30, OKHLA INDUSTRIAL AREA, PHASE-2, NEW DELHI-110020 Phone No. 01140712209
Language ‏ : ‎ Assamese
Paperback ‏ : ‎ 176 pages
ISBN-10 ‏ : ‎ 812883973X
ISBN-13 ‏ : ‎ 978-8128839733
Item Weight ‏ : ‎ 220 g
Dimensions ‏ : ‎ 21.6 x 14 x 1 cm
Country of Origin ‏ : ‎ India
Net Quantity ‏ : ‎ 1 count
Packer ‏ : ‎ Diamond Books X-30, OKHLA INDUSTRIAL AREA, PHASE-2, NEW DELHI-110020 Phone No. 01140712209
Generic Name ‏ : ‎ Sakratmak Vichron Ka Jaadu [Paperback] Surya Sinha

Author: ram kumar

Leave a Reply

Your email address will not be published. Required fields are marked *