Netri নেত্ৰী Juri Borah Borgohain Assamese Novel

Netri নেত্ৰী Juri Borah Borgohain Assamese Novel

Netri নেত্ৰী Juri Borah Borgohain Assamese Novel
Price: ₹450.00
(as of Dec 06, 2024 07:53:01 UTC – Details)



Netri নেত্ৰী Juri Borah Borgohain Assamese Novel- নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ নেত্ৰী অসমৰ ইতিহাসত সংঘৰ্ষ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ এক দীৰ্ঘ অধ্যায় আছে। এই ইতিহাসে অসমৰ সামাজিক আৰু বাজনৈতিক জীৱনক প্ৰভাবিত কৰাৰ লগতে এক পৃথক চেতনাৰ জন্ম দিলে।লেখিকাই বিশ্বাস কৰে যিবোৰ মানুহৰ কাহিনী ইতিহাসত লিখা নহয় সেইসকলৰ কাহিনী উপন্যাসতে লিখিব লাগিব, কাৰণ উপন্যাস সামজিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশ।

ASIN ‏ : ‎ B0DJFC3K3S
Publisher ‏ : ‎ Banalata; 1st edition (25 September 2024)
Language ‏ : ‎ Assamese
Paperback ‏ : ‎ 264 pages
Reading age ‏ : ‎ 18 years and up
Item Weight ‏ : ‎ 500 g
Dimensions ‏ : ‎ 24 x 14 x 1.5 cm
Country of Origin ‏ : ‎ India
Packer ‏ : ‎ Study Point Jorhat
Generic Name ‏ : ‎ Netri Assamese Novel

Author: ram kumar

Leave a Reply

Your email address will not be published. Required fields are marked *